মন্ত্ৰী পিযুচ হাজৰিকাৰ আজি ওপজা দিন : News update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 17, 2021

মন্ত্ৰী পিযুচ হাজৰিকাৰ আজি ওপজা দিন : News update

 

News update

" তোমাৰ চৌপাশে সুখে কৰক সঘন ভ্ৰমণ"💚

     জন্মদিনৰ অলেখ-অযুত শুভকামনা যাচিলোঁ তোমাক। মনৰ জোখাৰে সুখী হোৱা আজীৱন...💚 ( News update )

      আজিৰ দৰেই পৰিয়াল, আত্মীয়-স্বজন তথা সমাজখনৰ প্ৰতি থকা নিজ দ্বায়িত্ব সূচাৰু ৰূপে পালন কৰি যোৱা। 


অদম্য সাহস আৰু উদম্যৰে তুমি সমূহৰ কল্যাণৰ বাবে কৰা প্ৰতিটো কামক লৈ মই সদায় গৌৰৱ কৰোঁ আৰু তোমাৰ এই মানুহৰ হকে কাম কৰি যোৱাৰ ইচ্ছা, মন আৰু কৰ্মক সদায় শ্ৰদ্ধা কৰোঁ। এই দৰেই তুমি উদ্যমৰে নিষ্ঠাৰে কাম কৰি যাবলৈ ভগৱানে শক্তি দিয়ক, সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক। 


      পত্নী হিচাপে প্ৰাৰ্থনা আৰু স্নেহ লৈ মই তোমাৰ চৌপাশে আছো প্ৰতিসময়..." - আইমী বৰুৱা

News update

অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই তেওঁৰ স্বামী তথা অসমৰ এগৰাকী প্ৰভাবশালী মন্ত্ৰী পিযুচ হাজৰিকাক ওপজা দিনৰ শুভকামনা জনালে এনেদৰে। ( News update )

No comments:

Post a Comment

Advertisement

Pages