২৮জেঠ , শনিবাৰ ,ইং ১২জুন,২০২১। ( Horoscope Today )
![]() |
| মেষ |
![]() |
| বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, শুভ সংবাদ লাভ হব যদিও কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল।
![]() |
| মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সজাগ নহলে সামান্য জতিলতাৰ সন্মুখীন হব পাৰে, লগতে সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ লাভ, কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য প্ৰৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| সিংহ |
৫. সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে সজাগ নহলে সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
![]() |
| কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে, লগতে সজাগ নহলে মিচা অপৱাদ পাৱ পাৰে, লগতে আজি চোৰৰ পৰা সাৱধান হোৱাৰ যোগ দেখা যায়।
![]() |
| তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতশ প্ৰেম আৰু কৰ্মত শুভ হব, সন্তানৰ সুখ বাঢ়িব, লগতে সজাগ নহলে কৰ্মত বুদ্ধি হানি হোৱাৰ যোগ দেখা যায়।
![]() |
| বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, লগতে সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
| ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্ম কৌশল আয়ত্ব হব, শৰীৰত ৰোগ বাঢ়িব পাৰে,লগতে সজাগ নহলে সময় অপব্যয় হোৱাৰ যোগ দেখা যায় ।
![]() |
| মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও সজাগ নহলে মনত আনন্দ সামান্য হ্ৰাস হব পাৰে লগতে সামান্য আয় হ্ৰাস হোৱাৰ যোগ দেখা যায়।
![]() |
| কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সঞ্চয় বৃদ্ধি হব পাৰে, যদিও সজাগ নহলে শিক্ষক সকলৰ সামান্য কষ্ট হব পাৰে লগতে সজাগ নহলে দ্ৰব্য হানি হোৱাৰ যোগ দেখা যায়।
![]() |
| মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page















No comments:
Post a Comment