আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 11, 2021

আজিৰ ৰাশিফল : Horoscope Today

Horoscope in Assamese

 

 ২৭জেঠ , শুক্ৰবাৰ ,ইং ১১জুন,২০২১।  ( Horoscope Today )

Horoscope Today
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, ধন সন্মান লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

  

Horoscope Today
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগতে ধন সন্মান লাভ।হোৱাৰ যোগ দেখা যায়।



Horoscope Today
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্য বাঢ়িব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।


Horoscope Today

Horoscope Today
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, বুদ্ধি বৃদ্ধি হব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



Horoscope Today
সিংহ

৫. সিংহ ৰাশি : সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, প্ৰেম আৰু কৰ্মত সকল হব, যদিও সজাগ নহলে পিতৃ মাতৃ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব, কৰ্মত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব, যদিও সিদ্ধান্ত গ্ৰহণত সজাগ নহলে বিভ্ৰান্তি সন্মুখীন হোৱাৰ  যোগ দেখা যায়।

Horoscope Today


Horoscope Today
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতশ ধন সন্মান লাভ হব, যদিও সজাগ নহলে দেহ মনত সামান্য আঘাত পোৱাৰ  যোগ দেখা যায়। 



Horoscope Today
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, যদিও কৰ্মত সজাগ নহলে ভুল বুজাবুজি হব পাৰে লগতে মনৰ ভাৱ প্ৰকাশ কৰোতে সামান্য জতিলতা সন্মুখীন হোৱাৰ যোগ দেখা যায়।


Horoscope Today
ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ভ্ৰমণত শুভ হব, সৌভাগ্য বৃদ্ধি হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।

Horoscope Today


Horoscope Today
মকৰ

১০.  মকৰ ৰাশি  -  মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জতিলতা বাঢ়িব, গৃহ বিবাদ হব পাৰে, লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


Horoscope Today
কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত বুদ্ধি বিকাশ হব, প্ৰেমত শুভ হব, যদিও সজাগ নহলে সামান্য মানসিক ক্লেষ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


Horoscope Today
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, জ্ঞান বৃদ্ধি হব, যদিও দাম্পত্য জীৱনত সামান্য ভুল বুজাবুজি  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages