শুক্ৰ বাৰ ,ইং ১৬এপ্ৰিল ২০২১। ( Horoscope in Assamese )
![]() |
মেষ |
![]() |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ হব যদিও সজাগ নহলে ভাগ্য বিঘ্নিত হব পাৰে লগতে সজাগ নহলে বন্ধু বিশ্চেদ হোৱাৰ যোগ দেখা যায়।
![]() |
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, কৰ্মত উন্নতি হব যদিও সজাগ নহলে সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও মনত সামান্য উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে আজি প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।
![]() |
সিংহ |
৫. সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, মনত আনন্দ বাঢ়িব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতক কৰ্মত সফল হব, ভ্ৰমণত সুযোগ লাভ হব, লগতে ধন আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, কৰ্মত যশস্যা লাভ হব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, বন্ধুৰ আগমন হব যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মকৰ |
১০. মকৰ ৰাশি -মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, খেতিয়ক সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত উন্নতি হব যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, লগতে মনৰ চিন্তা ধাৰা উন্নতি হোৱাৰ যোগ দেখা যায়
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment