আজিৰ ৰাশিফল : Horoscope in Assamese - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 21, 2021

আজিৰ ৰাশিফল : Horoscope in Assamese

Horoscope in Assamese

 ৰবিবাৰ ,ইং ২১ মাৰ্চ ২০২১। ( Horoscope in Assamese )


মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, শৰীৰৰ মধ্যম হব যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও মনটো সামান্য অস্থিৰ হব পাৰে লগতে সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক্ৰীড়াৰ ক্ষেত্ৰত শুভ হব, মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব যদিও সজাগ নহলে  সামান্য গৃহ অশান্তি বাঢ়িব পাৰে লগতে সজাগ নহলে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মত উন্নতি হব, লগতে আজি আমোদ প্ৰমোদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।>


Horoscope in Assamese


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত    সন্মান লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে মনত ভয় ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ আনন্দ বাঢ়িব, সামাজিক সন্মান বৃদ্ধি হব, যদিও সজাগ নহলে ব্যৱসায়িক দিশত সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও সামান্য মানসিক ক্লেষ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


মকৰ

১০.  মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্ম স্থান পৰিবৰ্তন হব পাৰে, লগতে সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ  যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  কৰ্মত সামান্য  বিৰোধিতাৰ সন্মুখীন  হব পাৰে, লগতে সজাগ নহলে আত্মগ্লানি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, অৰ্থ আগমন হব যদিও সজাগ নহলে মনত সামান্য চঞ্চলতা ভাৱ বৃদ্ধি হোৱাৰ যোৱাৰ যোগ দেখা যায়। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages