শুক্ৰবাৰ ,ইং ১৯ মাৰ্চ ২০২১। ( Horoscope in Assamese )
![]() |
মেষ |
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, লগতে মনৰ আশা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, বন্ধু লাভ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, যদিও সজাগ নহলে মনৰ আশা ভংগ হব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যদিও মনত সামান্য চিন্তা বাঢ়িব লগতে সজাগ নহলে স্বাস্থ্য হানি হোৱাৰ যোগ দেখা যায়।
![]() |
সিংহ |
৫. সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ কৰ্মত সামান্য জতিলতা বাঢ়িব, মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান প্ৰাপ্তি হব, পুত্ৰৰ সুখ লাভ হব, লগতে প্ৰেম আৰূ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
![]() |
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন সন্মান লাভ হব,লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, আৰ্থিক দিশত শুভ হব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত মনত শান্তি বাঢ়িব, মনৰ আশা পুৰণ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।
![]() |
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে, সজাগ নহলে অপমানিত হব পাৰে লগতে সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সম্পত্তি লাভ হব, যদিও সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে বিবাদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
![]() |
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ হব, শত্ৰু ক্ষয় হব লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment