ডিফু চিকিৎসা মহাবিদ্যালয়ৰ MBBS পাঠ্যক্ৰমৰ আজি প্ৰথম শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে আন কেইবাখনো আঁচনিৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ছুম ৰংহাং, পীযুষ হাজৰিকা, সাংসদ হৰেণ সিং বে', কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
No comments:
Post a Comment