![]() |
মেষ |
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মপ্ৰচেষ্টাত সফল হব, যদিও শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল।
![]() |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য গৃহ অশান্তি বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
![]() |
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ আনন্দ বাঢ়িব, কৰ্মত বন্ধুৰ সহায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
![]() |
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্ম ব্যস্ততা বাঢ়িব, লগতে ধন লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
সিংহ |
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি কৰ্মত সজাগ নহলে মনৰ উৎসাহ হ্ৰাস হব পাৰে লগতে আজি দিনটো সজাগ হোৱাটো ভাল।
![]() |
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমৰ শুভ হব, লগতে ভ্ৰমণত সুখ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত পুত্ৰৰ পৰা আনন্দ লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব, যদিও সজাগ নহলে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আগমন বাঢ়িব, যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব , সঞ্চয় বৃদ্ধি হব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
![]() |
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, লগতে ধন আৰু সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত শিক্ষক সকলৰ শুভ হব, যদিও ভ্ৰমণত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সাহস বাঢ়িব, মনত নতুন আশাৰ সঞ্চাৰ হব, যদিও সজাগ নহলে আজি সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment