![]() |
মেষ |
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ।নিস্পত্তি হব, কৰ্মত সফল হব যদিও আজি নিজকে সজাগ হোৱাটো ভাল।
![]() |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ভ্ৰমণত আনৰ সহায় লাভ কৰিব যদিও সজাগ নহলে কৰ্মত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
![]() |
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে লগতে লগতে মনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।
![]() |
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, যদিও মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে সজাগ নহলে আনৰ নিন্দনীয় হোৱাৰ যোগ দেখা যায়।
![]() |
সিংহ |
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে জেষ্ঠ্য জনৰ পৰা দু:সংবাদ লাভ কৰিব পাৰে লগতে সজাগ নহলে কৰ্মত বিৰোধিতা সন্মুখীন হোৱাৰ যোগ দেখা যায়।
![]() |
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ সুখ বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সম্পত্তি লাভ হব, যদিও সজাগ নহলে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে কৰ্মত সজাগ নহলে আনৰ নিন্দনীয় হোৱাৰ যোগ দেখা যায়।
![]() |
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, সম্পত্তি বাঢ়িব, লগতে সামাজিক সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত নতুন আচনী গ্ৰহণ হব যদিও সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আবেলি সময়ত কৰ্মত সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
![]() |
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান প্ৰাপ্তি হব, যদিও সজাগ নহলে কৰ্মত সামান্য কষ্ট পাৱ পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, মনত নতুন আশাৰ সঞ্চাৰ হব, যদিও আজি সজাগ নহলে প্ৰেমত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment