সৰস্বতী পূজাত কেনে ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো মংগল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 14, 2021

সৰস্বতী পূজাত কেনে ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো মংগল:


অন্যান্য পূজাৰ দৰে মা সৰস্বতী পূজাৰো কিছু বিধি মহত্ব আছে।যদি এই বিধি মানি পূজা কৰা নহয়, তেন্তে সৰস্বতী পূজা কৰিলেও ইয়াৰ ফল পোৱা নাযায়। 


১/সৰস্বতী পূজা দিনা হাতৰ বা ভৰিৰ নখ ভূলটো কটা উচিত নহয়। লগতে চুলি কটিলেও পূজাৰ আগ দিনাই কাটিব লাগে।


২/চিলাই কাম কৰিব নালাগে।এই দিনত কু কথা কোৱাটো একদম উচিত নহয়। লগতে এই দিনত গছ-লতা কটা একেবাৰে উচিত নহয়। শাস্ত্র অনুসাৰি ইয়াক বৰ্জিত মনা হয়। সকলো পঞ্চমীৰ দিনত গছ লগোৱাটো মংগল মনা হয়।


৩/সৰস্বতী পূজা দিনা ক্ষুধা, খং, ৰাগ, অধিক নিয়ন্ত্রণ ৰখা উচিত।কাৰণ মা সৰস্বতীয়ে অশান্ত স্বভাৱ একেবাৰে প্ৰচণ্ড নকৰে।। 


৪/সৰস্বতী পূজাৰ দিনা বগা-বা হালধীয়া ৰংৰ বস্ত্ৰ পৰিধান কৰিব লাগে। ইয়াক অতিকে শুভ মংগল মনা হয়। 


এইবাৰ সৰস্বতী পূজা মাঘত নহয়।ফাগুনত পূজা হব।ফাগুনৰ ৩ তাৰিখে আৰু ইংৰাজী ১৬ ফেব্ৰুৱাৰী।

জয় মা সৰস্বতী

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages