![]() |
মেষ |
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব লগতে বিবাদ নিস্পত্তি হব যদিও আজি কৰ্মত সজাগ হোৱাটো ভাল।
![]() |
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত যশস্যা লাভ হব লগতে বস্ত্ৰ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, উত্তম ভোজন লাভ হব পাৰে যদিও আজি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
সিংহ |
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, লগতে আজি সাহিত্য কৰ্মৰ লগত যৰিত হোৱা ব্যক্তি সকলৰ সুনাম বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
![]() |
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, যদিও মনৰ সামান্য পৰিবৰ্তন আহিব পাৰে লগতে আজি ছোৱালী সকলে সজাগ নহলে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।
![]() |
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, সমস্যাৰ সমাধান হব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, বন্ধু লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত সৌভাগ্য বৃদ্ধি হব যদিও কৰ্মত সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হব পাৰে লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা ভাৱ বাঢ়িব পাৰে, সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে, লগতে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।
![]() |
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সুখ বাঢ়িব, প্ৰেমত শুভ হব যদিও কৰ্মত সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, যদিও সজাগ নহলে কৰ্ম স্থান পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment