আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 17, 2021

আজিৰ ৰাশিফল:

                    


৪ফাগুন , বুধবাৰ ,ইং ১৭ ফ্ৰেব্ৰুৱাৰী ২০২১। 

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  বিবাদ নিস্পত্তি হব, যদিও মনত সামান্য বিদ্বেষ ভাৱ বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায়।
  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, সন্মান বৃদ্ধি হব, যদিও মনত সামান্য বিৰক্তি ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য কষ্ট পাৱ পাৰে, লগতে আজি যান বাহনৰ পৰা সাৱধান হব।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, কৰ্মত নতুনকৈ যোগাযোগ হব, লগতে আয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, যদিও সজাগ নহলে আজি জেষ্ঠ্য ব্যক্তিৰ ফৰা মনত দু:সংবাদ পোৱাৰ   যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বন্ধু লাভ হব, আত্মীয়ৰ সুখ লাভ হব, যদিও আজি কৰ্মত সাৱধান হোৱাটো ভাল।    


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মত আনন্দ বাঢ়িব, ধন আগমন হব, যদিও সজাগ নহলে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, কৰ্মত সন্মান লাভ হব, সম্পদ বৃদ্ধি হব, লগতে প্ৰেমত শুভ  হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত সুনাম বাঢ়িব, যদিও আজি কৰ্মত সাৱধান হোৱাটো ভাল।



মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, লগতে ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত  আনৰ সহায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হব পাৰে ,লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, যদিও সজাগ নহলে মনটো চঞ্চল হব লগতে আজি আয় ব্যয় মধ্যম  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages