আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, February 13, 2021

আজিৰ ৰাশিফল:

                 

 
৩০ মাঘ , শনিবাৰ ,ইং ১৩ ফ্ৰেব্ৰুৱাৰী ২০২১

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শত্ৰু মিত্ৰ হব পাৰে যদিও মনৰ আশা ভংগ হব পাৰে লগতে কৰ্মত সজাগ নহলে মনত সামান্য  অশান্তি ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব , মনত আনন্দ বৃদ্ধি হব যদিও কৰ্মত সজাগ নহলে সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিস্থা লাভ লাভ কৰিব, যদিও কৰ্মত সামান্য এলাহ বাঢ়িব পাৰে লগতে পাৰিবাৰিক জীৱনত বা প্ৰেমত সামান্য সন্দেহ ভাৱ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম লাভ হব,সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিৰ, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য অভিমান আৰু খংঙ ভাৱ বৃদ্ধি হব পাৰে যদিও কৰ্মত উকীল সকলৰ সুনাম  বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব, কৰ্মত প্ৰসংসা লাভ হব, লগতে বিদ্যাৰ্থী সকলৰ মনত আনন্দ বৃদ্ধি হোৱা যোগ দেখা  যায়।   


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব আমোদ প্ৰমোদ বাঢ়িব যদিও সামান্য মনত আস্থিৰতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত শুভ হব, লগতে প্ৰিয়জনৰ আগমন হোৱাৰ  যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত আনন্দ বাঢ়িব, দিনটোত ধন বৃদ্ধি হব যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে কৰ্মত সামান্য আত্মীয় পৰিয়াল বা বন্ধু বান্ধৱৰ পৰা বিৰোধীতাৰ সন্মুখীন হোৱাৰ যোগ  দেখা যায়।



মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত আদৰ্শৱাদী মনোভাৱ বাঢ়িব, যদিও কৰ্মত সজাগ নহলে সামান্য অস্থিৰতা ভাৱ বৃদ্ধি হব পাৰে , লগতে মনত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  মনত সামান্য চিন্তা বাঢ়িব পাৰে যদিও লগতে মনত নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ   যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ব্যয় বাঢ়িব, শৰীৰত ক্লান্তি ভাৱ বাঢ়িব, যদিও সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages