অসমত দুখনকৈ চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 7, 2021

অসমত দুখনকৈ চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন:


 অসমৰ স্বাস্থ্যখণ্ড আৰু আন্তঃগাঁথনি নিৰ্মাণৰ দিশত বৃহৎ সংযোজনেৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোণিতপুৰৰ ঢেকীয়াজুলিত আয়োজিত বিশাল জনসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।


লগতে,প্ৰধানমন্ত্ৰী গৰাকীয়ে 'অসম মালা' আঁচনিৰো শুভ উদ্বোধন কৰে।অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

No comments:

Post a Comment

Advertisement

Pages