মুক্তিযুঁজাৰুসকলৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আজি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ( Sarbananda Sonowal )। অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকত মুক্তিযুঁজাৰুসকলৰ পেঞ্চন বৃদ্ধি আৰু স্বাধীনতা সংগ্ৰামৰ ১৯ গৰাকী শ্বহীদৰ নিকটাত্মীয়লৈ আৰ্থিক অনুদান আগবঢ়োৱা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয়।
তদুপৰি, মুক্তিযুঁজাৰুসকলৰ শেষকৃত্য মৰ্যাদাপূৰ্ণভাৱে সম্পন্ন কৰিবলৈও মুখ্যমন্ত্ৰী Sarbananda Sonowal য়ে লগতে নিৰ্দেশ প্ৰদান কৰে।
No comments:
Post a Comment