ঘোষণা হ'ল চূড়ান্ত পৰীক্ষাৰ দিন - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 2, 2021

ঘোষণা হ'ল চূড়ান্ত পৰীক্ষাৰ দিন

 


আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন।অহা ১১মে'ৰ পৰা হাইস্কুল শিক্ষান্ত আৰু ১২ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হব।

ইফালে ৭ জুলাইত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল  আৰু ৩০ জুলাইত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিকৰ ফলাফল।শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰি কৰে ।

No comments:

Post a Comment

Advertisement

Pages