ৰাতি শুৱাৰ সময়ত কান মালিছৰ উপকাৰীতা জানিলে আপুনি আচৰিত হব ।
সদায় ৰাতি যিজনে কান মালিছ কৰে , তেওঁ তলৰ সমস্যাকেইটাৰ পৰা মুক্ত হৈ থাকে ।
ৰাতি কান মালিছ কৰিলে টোপনি ভাল হয় আৰু অনিদ্ৰাৰ সমস্যা দূৰ হয় , মূৰৰ বিষ নিমিষতে দূৰ হয় , শৰীৰৰ উত্তাপ বঢ়াই দিয়ে , স্মৃতি শক্তি বঢ়ায় , চকুৰ দৃষ্টি শক্তি বঢ়ায় , কাণৰ শব্দ দূৰ হয় , মানসিক অৱসাদ দূৰ কৰে । যিজনৰ ভৰি ঠাণ্ডাৰ দিনত একদম চেঁচা পৰি থাকে , তেওঁ কান মালিচ কৰিলে ভৰি গৰম হৈ উঠিব ।।
গতিকে সদায় ৰাতি শুৱাৰ সময়ত কান মালিচ কৰক।
২০ বাৰ ওপৰৰ ফালে টানিব , ২০ বাৰ তলৰ লটিত ধৰি টানিব , ২০ বাৰ মাজত ধৰি টানিব আৰু ১০ বাৰ হাতৰ তলুৱাৰে গোটেই কান দুখন মোহাৰিব ।
হাতত মিঠাতেল লৈ লব ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment