দৈনিক ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 20, 2021

দৈনিক ৰাশিফল:

  


শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                              ৬মাঘ , বুধবাৰ,ইং ২০জানুৱাৰী ২০২১। 
সূৰ্য্যোদয় ঘ:৬/১৫/৫২সূৰ্য্যাস্ত ঘ:৪/৫৩/৫১

ৰাশি - মীন ৰাশি। ঘ:- ১২/৩৭/৫৭ যোৱাত মেষ ৰাশি।
তিথি - শুক্লা সপ্তমী ঘ:- ১/১৪/৪১ লৈ।
নক্ষত্ৰ  - ৰেৱতী। ঘ:- ১২/৩৭/৫৭ লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- বাযু কোনত নাই ।ঘ:- ১/১৪/৪১ যোৱাত ঈশাণ কোনত নাই।
যোগিনী :- বাযু কোনত ।ঘ:- ১/১৪/৪১ যোৱাত ঈশাণ কোনত।
মৰণত দোষ:- এপদ। ঘ:- ১১/১৪/৪৭  যোৱাত নাই।
ভক্ষাভক্ষ্য :- তাল খোৱা নিষেধ।: ঘ: ১/১৪/৪১ যোৱাত নাৰিকল,মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্ম স্থান পৰিবৰ্তন হব পাৰে,  যদিও কৰ্মত আজি সচেতন হোৱাটো ভাল। 
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হব, সন্মান লাভ হব, যদিও সজাগ নহলে সামান্য দেহ মনত আঘাট পোৱাৰ  যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, কৰ্মত সফল হব, লগতে ধন আৰু সন্মান প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হব, বন্ধু লাভ হব, যদিও আজি সজাগ নহলে প্ৰেমত বিফল  হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, শুভ সংবাদ লাভ হব, লগতে ধন লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ব্যৱসাযিক দিশত উন্নতি হব, বন্ধু লাভ হব, যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  প্ৰেমত শুভ, পাৰিবাৰিক দিশত শুভ হব, পদবী লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত সামান্য সমস্যাৰ বাঢ়িব পাৰে, সামান্য ব্যয়  বাঢ়িব পাৰে, যদিও কৰ্মত সুযোগ লাভ হোৱাৰ যোগ    দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, ধন সম্পত্তি লাভ হব, মনত আনন্দ বাঢ়িব, যদিও কৰ্মত সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত প্ৰেৰণা লাভ হব, মনৰ   আশা পুৰণ হব, যদিও শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও কৰ্মত সামান্য গুৰুত্ব কমিব পাৰে লগতে সজাগ নহলে দেহ মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, কৰ্মত সফল হব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages