আজি বগামাটিত বনভোজৰ আনন্দ উল্লাসৰ মাজতেই সংঘটিত হল এক নাও দুৰ্ঘটনা।শিশু-মহিলাসহ সহ এটা বনভোজৰ দলক কঢ়িয়াই নিয়া এখন হঠাৎ ডুবিল বৰনদীৰ বুকুত।প্ৰায় অৰ্ধশতাধিক যাত্ৰী কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্থ নাওখনে আৰু সেয়ে অধিক যাত্ৰী কঢ়িওৱাৰ বাবে সংঘটিত হ’ল এই নাও দুৰ্ঘটনাটো।
অৱশ্যে একাংশ নাৱৰীয়াই উদ্ধাৰ কৰিলে শিশুসহ নাও যাত্ৰীসকলক।নদীত পানীৰ পৰিমান কম থকাৰ বাবেই নিশ্চিত মৃত্যুৰ পৰা বাছিল শিশু-মহিলাসহ পিকনিকৰ দলটো
No comments:
Post a Comment