কেন্দ্ৰৰ অনুমোদন জনোৱাৰ পিছতেই আজি শিৱসাগৰত স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰে যে ‘যিকোনো মুহূৰ্ততে আমি অসমত কৰোনাৰ প্ৰতিষেধক পাম’।
প্ৰথম পৰ্যায়ত চিকিৎসক-চিকিৎসাকৰ্মী, ফ্ৰণ্ট লাইন ষ্টাফে লাভ কৰিব এই প্ৰতিষেধক।
দ্বিতীয় পৰ্যায়ত আৰক্ষী, শিক্ষক, বিভিন্ন লোকৰ সংস্পৰ্শত থকা লোকে লাভ কৰিব এই প্ৰতিষেধক।
তৃতীয় পৰ্যায়ত কো-মৰ্বিলিটী থকা লোকে পাব আৰু ২০২১তে ফ্ৰণ্ট লাইনৰ পৰা কো-মৰ্বিলিটীলৈকে সকলোৱে পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য আগ বঢ়াইছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
No comments:
Post a Comment