৫ মিনিটতে পানীলগা ঠিক কৰাৰ ঘৰুৱা বিধান: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 3, 2021

৫ মিনিটতে পানীলগা ঠিক কৰাৰ ঘৰুৱা বিধান:

ঠাণ্ডা পৰাৰ লগে লগে প্ৰায় প্ৰতিজন ব্যক্তিৰে পানীলগাৰ সমস্যা হয় । কিছুমানৰ 4-5 দিনত ভাল হয় যদিও কিছুমানৰ 10 -15 দিনলৈ থাকে । 


তলৰ এই বিধানটো  কৰিলে 5 মিনিটতে পানীলগা ঠিক হৈ যাব । 


এটা পাত্ৰত এগিলাচ পানী লৈ তাত এমুঠি তুলসী পাত দি উতলাই লওঁক।  পানী গৰম হৈ থাকোতে নাকটো পাত্ৰটোৰ ওচৰলৈ নি উশাহ লওঁক নাকেৰে দীঘল দীঘলকৈ । 


এইদৰে 5 মিনিট কৰিলে এবাৰতেই পানীলগা ঠিক হয় । যদি কাৰোবাৰ এবাৰত ঠিক নহয় , তেন্তে দুই-তিনিবাৰ কৰিব পাৰে । 


বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages