১/বীৰ হনুমানৰ প্ৰথম-হনু মুখ=
এয়া ৰূপ-শক্ৰৰ পৰা বিজয় পোৱাৰ প্ৰতিক..
২/দ্বিতীয়তে=প্ৰভূ শ্রী ৰাম..
এই ৰূপে-ভগৱান ৰামৰ শক্তি আৰু
আৰ্শীবাদৰ প্ৰতীক..
৩/তৃতীয়তে=মহাদেৱৰ মুখ..
এই ৰূপে-ভগৱান শিৱৰ আৰ্শীবাদৰ প্ৰতীক।।
৪/চতুৰ্থতে=অগ্নি দেৱ..
এই, ৰূপে-বেমাৰৰ পৰা ৰক্ষা কৰে...
৫/পঞ্চমতে-নাগৰ মুখ..
এই ৰূপে-নাগ ৰু-ভয়ক শেষ কৰে..
৬/ষষ্ঠতে-গণেশৰ মুখ..
এই, ৰূপে-জ্ঞানৰ প্ৰতিনিধিত্ব কৰে..
৭/সপ্তমতে-হয়গ্ৰীৱৰ মুখ..
এই, ৰূপে-শুভ কাৰ্য্য আৰম্ভ হয়..
৮/অষ্টমতে-গৰোদ্ৰৰ মুখ..
এই ৰূপে-সমস্যা পৰা হাত সাৰিবলৈ উপায় দিয়ে..
৯/নৱমতে-নৰসিংহৰ মুখ-
এই ৰূপে-ভয় আৰু মানসিক ৰোগৰপৰা মুক্ত হবলৈ-সহায় কৰে...
১০/দ্বাদশ-বৰাহ মুখ-
এই ৰূপে-ৰোগৰপৰা মুক্ত হবলৈ-সহায় কৰে..
১১/একাদশতে-ভৈৰৱ মুখ-
এই ৰূপে আপোনাৰ আশে পাশে থকা বেয়া শক্তিক দমন কৰে...
জয় শ্ৰী ৰাম…জয় হনুমান
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment