মুখ্যমন্ত্ৰীয়ে আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰদ্বাৰা আয়োজিত 'স্বদেশ অধ্যয়ন' শীৰ্ষক কুইজৰ বিজয়ীসকলক বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে।
অনুষ্ঠানত লগতে উপস্থিত আছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় নৱ কুমাৰ দলে, সঞ্জয় কিষাণ, বিধায়ক বলীন চেতিয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।
No comments:
Post a Comment