২০২১ বৰ্ষৰ প্ৰথম দিনটোতে ভগৱান আশীষ বিছাৰি আজি গুৱাহাটীৰ বশিষ্ঠাশ্ৰম দেৱালয়ত উপস্থিত হয় বিধায়িকা আঙুলতা ডেকা।লগতে তেওঁৰ কোলাত দেখা গল তেওঁৰ কণমানি কন্যা নমামীকো।
বিধায়িকা গৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্যি কয় যে, "এই নৱবৰ্ষত পৰম ঈশ্বৰ ভগৱানে সকলোৰে জীৱনলৈ অনাবিল আনন্দ কঢ়িয়াই আনক আৰু আৰু সকলোৰে বাবে সফলতাৰ মাৰ্গ মুকলি কৰক তাৰেই কামনাৰে পুনৰ বাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ অফুৰন্ত শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিলোঁ৷" - আঙুৰলতা ডেকা
No comments:
Post a Comment