আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 1, 2021

আজিৰ ৰাশিফল

 


শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ১৬পুহ ,শুক্ৰবাৰ,ইং ১ জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৫/২১সূৰ্য্যাস্ত ঘ:৪/৩৯/৫১


ৰাশি - কৰ্কট ৰাশি।

তিথি - কৃষ্ণা দ্বিতীয়া।ঘ:- ৯/৩৯/২৯ লৈ

নক্ষত্ৰ  - পুষ্যা ।ৰা:ঘ:- ৮/১৫/৩৩লৈ।

আদ্যঋতু হলে - কান্তা যোগ।

যাত্ৰা :- উত্তৰ দিশত নাই ।ঘ:- ৯/৩৯/২৯ যোৱাত অগ্নি কোনত নাই।

যোগিনী :- উত্তৰ দিশত  ।ঘ:- ৯/৩৯/২৯ যোৱাত অগ্নি কোনত ।

মৰণত দোষ:- এপদ ।ঘ:- ৯/৩৯/২৯ যোৱাত নাই।

ভক্ষাভক্ষ্য :-  তিতা খোৱা নিষেধ।ঘ: ৯/৩৯/২৯ যোৱাত পটল খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ সঞ্চাৰ হব, আয় বাঢ়িব, লগতে উত্তম ভোজন হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আশা বাঢ়িব, যদিও আজি বন্ধু পৰা সজাগ হব, লগতে সজাগ নহলে জেষ্ঠ্য জনৰ পৰা মনত কষ্ট পোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্য বৃদ্ধি ,যশস্যা বাঢ়িব,  যদিও কৰ্মত সজাগ নহলে মতবিৰোধ হোৱাৰ যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  শিক্ষক সকলৰ সুনাম বাঢ়িব,  কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, নতুন বস্ত্ৰ লাভ কৰিব পাৰে, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত আয় বৃদ্ধি হব, প্ৰেমত শুভ হব যদিও সজাগ নহলে সামান্য পাৰিবাৰিক কন্দলৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত আনন্দ  বাঢ়িব, তীৰ্থ ভ্ৰমনৰ সুযোগ লাভ কৰিব যদিও মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব,লগতে কৰ্ম কৌশল আয়ত্ব হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনত আনন্দ বাঢ়িব, সন্মান বাঢ়িব, যদিও কৰ্মত সজাগ নহলে সামান্য  বুদ্ধি  হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, কৰ্ম স্পৃহা লাভ হব যদিও আজি চোৰৰ পৰা সাৱধান হব।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ৰোগাৰোগ্য হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে,লগতে ধনৰ সামান্য নাটনি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,কৰ্মত সহায় লাভ হব যদিও নিজৰ ফালৰ পৰা সামান্য অৱহেলা  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages