তুলসীৰ ওচৰত কি কি বস্তু ৰাখিব নাপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 1, 2021

তুলসীৰ ওচৰত কি কি বস্তু ৰাখিব নাপায় : Religious Studies

 

Religious Studies

১/শাস্ত্ৰত তুলসীক বহুত পৱিত্ৰ আৰু দেৱী লক্ষ্মীৰ ৰূপ বুলি মনা যায়।কোৱা হয় যে-যাৰ ঘৰত তুলসী থাকে-তাত কোনো ধৰণৰ চিন্তা নেথাকে। মান্যাতা আছে-ঘৰৰ আগফালে তুলসী থাকিলে-ঘৰখনলৈ বেয়া বস্তুৱে-চকু দিব নোৱাৰে... ( Religious Studies ) 


২/শাস্ত্ৰৰ অনুসাৰে-তুলসীৰ ওচৰত কিছুমান বস্তু ৰাখিব নাপায় আৰু সেই বস্তু ৰাখিলে-ঘৰখনত অশান্তিৰ কাৰণ হৈ পৰে।

Religious Studies
তুলসীৰ ওচৰত ৰাতি পানী নাৰাখিব। শাস্ত্ৰৰ মতে-সন্ধিয়া বা-ৰাতি তুলসীৰ ওচৰত পানীৰ পাত্র নাৰাখিব আৰু তুলসীত পাচবেলা-পানী অৰ্পণ কৰিব নালাগে।তুলসীত ৰাতিপুৱা-স্নান কৰাৰ পাচত পানী দিলে শুভ বুলি মনা হয়।তুলসীৰ ওচৰত ভৰি থকা পানীৰ পাত্র বা-খালী পানীৰ পাত্র কেতিয়াও ৰাখিব নাপায়। এনে কৰিলে-ঘৰখনত বাস্তু দুখৰ উৎপন্ন হোৱাৰ লগতে-ঘৰখনত আৰ্থিক চিন্তাৰো কাৰণ হৈ পৰে।


৩/তুলসীৰ ওচৰত লেতেৰা-জাৱৰ -জোথৰ-আৰ্ৱজনা নাৰাখিব।

Religious Studies
তুলসীৰ চাৰিওফালে সদায়ে পৰিষ্কাৰ কে ৰাখিব লাগে।তুলসী ঘৰৰ আগফালে লগোৱা হয় কাৰণ- শান্তি আহিবলৈ তুলসীৰ আশে-পাশে-লেতেৰা কৰি ৰাখিলে-ঘৰখনত সদায়ে অশান্তিৰ সৃষ্টি হয় আৰু লগতে আৰ্থিক সমস্যাও উৎপন্ন হয়।।। ( Religious Studies ) 


Religious Studies
৪/তুলসীৰ আশে/পাশে তুলসীৰ পৱিত্ৰতাৰ ভালকৈ চকু দিব লাগে।তুলসীৰ ওচৰত কেতিয়াও তিতা কাপুৰ ৰাখিব নালাগে অথবা-তিতা কাপুৰ মেলিব বা শুকুৱাবও নেলাগে। তুলসীৰ ওচৰত তিতা কাপোৰ ৰাখিলেও.. ঘৰখনত-সমস্যাই দেখা দিয়ে।


Religious Studies
৫/বহুতে আকৌ তুলসীৰ ওচৰত/নানান দেৱ/দেৱীৰ মূৰ্তি ৰাখে।তুলসীৰ ওচৰত আন দেৱ দেৱী ৰাখিলেও-গণেশৰ মূৰ্তি ৰাখিব নালাগে-কাৰণ- গণেশৰ পূজাত-তুলসী পাত ব্যৱহাৰ কৰা নহয়।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


(লেখাটোত ব্যৱহৃত ছবিত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা আৰু তেওঁৰ দুটি কণমানি সন্তানক দেখিবলৈ পোৱা গৈছে)


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages