কোন এইগৰাকী প্ৰতিভাৱান শিপিনী ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 31, 2020

কোন এইগৰাকী প্ৰতিভাৱান শিপিনী ?

এগৰাকী বড়ো সম্প্ৰদায়ৰ প্ৰতিভাৱান শিপিনীয়ে গামোচাত বৈ উলিয়ালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি।প্ৰতিভাৱান শিপিনী গৰাকী বিশ্বনাথ জিলাৰ অৰুণাচল সীমান্তৰ চেলাইখাটি বড়ো গাঁৱৰ অৱন্তী দৈমাৰী বুলি জানিব পৰা গৈছে।


এনেদৰে গামোচাত শংকৰদেৱৰ প্ৰতিচ্ছবিৰ ফুল বাছি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ বাবেই এতিয়া হঠাৎ চ'ছীয়েল মিডীয়াত ভাইৰেল হৈ পৰিছে শিপিনি অৱন্তী দৈমাৰী।বিভিন্ন জনে তেওঁক জনাইছে শলাগৰ শৰাই।

No comments:

Post a Comment

Advertisement

Pages