জানি থলে নিশ্চয় আপোনাৰ সহায়ক হব: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 15, 2021

জানি থলে নিশ্চয় আপোনাৰ সহায়ক হব:


1. আভোক/ অৰুচি :

এটা তামৰ গিলাছত ৰাতি পানী ভৰাই থৈ ৰাতিপুৱা সেই  পানী তিনিমাহলৈ খাওঁক।  ৰাতি শোৱাৰ সময়ত ত্ৰিফলা গুড়ি এক চামুচ এক গিলাচ গৰম পানীত মিহলাই লৈ খাওঁক । 

দিনপঞ্জীৰ নিয়মবোৰ পালন কৰিব ।


2 .অজীৰ্ণ 

আদা অলপ পিছি লব , অলপ জনী গুটি বা জিৰা গুটি লৈ এগিলাচ পানীত উতলাই লওঁক ভালদৰে । সেই পানী গৰমে গৰমে খাওঁক । 


3. কৌষ্ঠকাঠিন্য : 

ত্ৰিফলা গুড়ি এক চামুচ এক গিলাচ গৰম পানীত মিহলাই লৈ গৰমে গৰমে ৰাতি ভাত খোৱাৰ পিছত নিয়মিত তিনি মাহলৈ খালে 40 বছৰীয়া পুৰণি ৰোগ হলেও দূৰ হব ।


4. Liver enlarged /fatty Liver 

পূৰ্ণনাভা শাকৰ গুড়ি এচামুছ এক গিলাচ গৰম পানীত মিহলাই ৰাতিপুৱা 3 মাহলৈ খাওঁক । 

তিয়ঁহৰ ৰস , গাজৰৰ ৰস , অপেলৰ ৰস আদি নিয়মিত খাওঁক ।


5 . Fatty pancreas/pancreatic 

4 নম্বৰ বিধানটো পালন কৰিব ।


6 . জণ্ডিচ 

ক. এৰা গছৰ পাতৰ ৰস 2 চামুচকৈ দিনত দুবাৰ খাওঁক তিনি দিন ।

খ. কুঁহিয়াৰৰ ৰসৰ লগত আধা গ্রাম চূণ মিহলাই কিছুদিন খাওঁক । 


7 . Hepatitis B 


ডালিমৰ বাকলি নুগুচোৱাকৈ ৰস উলিয়াই তাত আধা গ্ৰাম চূণ মিহলাই খাওঁক এমাহ ।


8. IBS  

Aloevera ৰস আধা কাপত হালধি গুড়ি মিহলাই লৈ 3 মাহ ৰাতিপুৱা খালি পেটত খাওঁক । 

লগতে পূৰ্ণনাভা শাকৰ গুড়ি দৈনিক এচামুচকৈ এগিলাচ গৰম পানীৰ লগত মিহলাই ৰাতিপুৱা খাওঁক ।


9. মেলিনা 

বাকলি নুগুচোৱাকৈ ডালিনৰ ৰস উলিয়াই তাত হালধি ৰস 4 চামুচ মিহলাই খালিপেটত খাওঁক 3 মাহ । 

লগতে Aloevera ৰস খাব আধা কাপ । 


10. গেষ্ট্ৰিক Ulcer 

9নম্বৰটো পালন কৰিব ।

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages