আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 15, 2021

আজিৰ ৰাশিফল

 

 

শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                         ১ মাঘ , শুক্ৰবাৰ,ইং ১৫ জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৬/৫৩সূৰ্য্যাস্ত ঘ:৪/৪৯/৪৯


ৰাশি - মকৰ ৰাশি।আ:ঘ:- ৫/৬/৩০ যোৱাত কুম্ভ ৰাশি।

তিথি - শুক্লা দ্বিতীয়া ঘ:- ৮/৪/৫৪ লৈ.

নক্ষত্ৰ  - ধনিষ্ঠা  ।:শে:ৰা: ঘ:- ৫/১৭/৫৭ লৈ।

আদ্যঋতু হলে - সুভগা যোগ।

যাত্ৰা :- উত্তৰ দিশত  নাই ।ঘ:- ৮/৪/৫৪ যোৱাত অগ্নি কোনত নাই।

যোগিনী :- উত্তৰ দিশত।ঘ:- ৮/৪/৫৪ যোৱাত অগ্নি কোনত।

মৰণত দোষ:- এপদ। ঘ:- ৮/৪/৫৪ যোৱাত নাই। 

ভক্ষাভক্ষ্য :- তিতা  খোৱা নিষেধ।: ঘ: ৮/৪/৫৪ যোৱাত পটল খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত উৎসৱত যোগদান সুযোগ লাভ কৰিব, কৰ্মত  যশস্যা বাঢ়িব যদিও কৰ্মত আজি সাৱধান হোৱাটো ভাল। 

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান প্ৰাপ্তি হব, উত্তম ভোজন লাভ হব, লগতে কৰ্মত নতুনকৈ যোগাযোগ হোৱাৰ  যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব , আত্মীয়ৰ আগমন হব,যদিও সজাগ নহলে  মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সামান্য আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও সামান্য বিভ্ৰান্ত সৃষ্টি হব পাৰে লগতে সজাগ নহলে ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সফল হব, মনত আনন্দ বাঢ়িব, লগতে হঠাৎ প্ৰাপ্তি  হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, শুভ কৰ্মলৈ নিমন্ত্ৰিত হব পাৰে, লগতে ধন আগমন বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ হোৱাৰ সুযোগ লাভ কৰিব, লগতে কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বৃদ্ধি হব, ভোগ বিলাস বাঢ়িব, লগতে কৰ্মত কনিষ্ঠৰ পৰা শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে কৰ্মত সজাগ নহলে মনত সামান্য অশান্তি বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  প্ৰেমত শুভ হব, কৰ্মত শুভ, যদিও সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰাজহুৱা কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages