হিন্দু ধৰ্মত-মাঘ বিহু তথা-মকৰ সংক্রান্তি দিনটোৰ মহত্ব আছে। মাঘ বিহু তথা মকৰ সংক্রান্তি দিনটোত কৰা দানৰ এশ গুণৰ ফল পায়। এই দিনটোতে এনে পাঁচ বিধ বস্তু আছে,যি বস্তু কেইপদক দান কৰা একেবাৰে উচিত নহয় আৰু যাক অশুভ মনা হয়।
সেই পাঁচ বিধ বস্তু হৈছে-
১/মাঘ বিহু তথা মকৰ সংক্রান্তি দিনটোত আমি ভূলটো- ঝাৰু দান নকৰিব।
২/এই দিনটোত পুৰণি বস্ত্ৰ দৰিদ্ৰক দান নকৰিব,যদি দান কৰাৰ ইচ্ছা থাকে তেন্তে এই দিনটিত আপুনি নতুন বস্ত্ৰ দৰিদ্ৰক দান কৰিব পাৰে।এনে কৰিলে পুন্য শুভ ফল পাব। কিন্তু ভূলটো এই দিনটোত পুৰণি কাপোৰ দান নকৰিব।
৩/মাঘ বিহু তথা মকৰ সংক্রান্তি দিনটোত আপুনি আপোনাৰ ঘৰত থকা গংগা জল আনক নিদিব অৱশ্যে অন্য দিনত দিব পাৰে।মনত ৰাখিব,ভূলটো আপুনি আপোনাৰ ঘৰৰপৰা গংগা জল নিদিব।নহলে আপুনি গোটেই বছৰ অৰ্থ কষ্টত ভূগিব পাৰে।
৪/এই দিনটোত আপুনি ব্যৱহাৰ কৰা সৰিয়হৰ তেল কেতিয়াও দান নকৰিব।যদিহে আপুনি কেনেবাকৈ ভূলতে এই দিনতে সৰিয়হৰ তেল দি পালে তেতিয়া আপুনি জীৱনত বহু সমস্যাৰ সন্মুখীন হব লগা হব পাৰে আৰু আপোনাৰ জীৱনৰ পৰা সুখ-শান্তি বিদায় লব পাৰে।
৫/মাঘ বিহু তথা মকৰ সংক্রান্তি দিনটোত কটাৰি-দা-চুৰি-কেচি-বথি আদি আনে যিমানে খুজিলেও এই শুভ দিনটোত এই বস্তু কেইপদক আনক নিদিব।যদি আপুনি এই বস্তু কেইপদক দান কৰে তেন্তে আপুনি ইয়াৰ বেয়া ফল লাভ কৰিব।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment