আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 31, 2021

আজিৰ ৰাশিফল:

         

 

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য আনন্দ কম হোৱাৰ  যোগ দেখা যায়।
  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, ধন আগমন হব, আলহীৰ আগমন হব পাৰে, যদিও আজি শত্ৰুৰ পৰা সাৱধান  হোৱাটো ভাল।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত নৃত্য গীতত সুনাম বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি  হব যদিও কৰ্মত সজাগ নহলে মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, কৰ্মত যশস্যা বাঢ়িব, যদিও সজাগ নহলে সামান্য ঘৰুৱা অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি কৰ্মত সজাগ হোৱাটো ভাল।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে লগতে সজাগ নহলে মিচা আপৱাদ পোৱাৰ  যোগ দেখা যায়।   


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  ভাতৃৰ উন্নতি হব, সঞ্চয় বৃদ্ধি হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি     হোৱাৰ  যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, আত্মীয়ৰ আগমন হব, লগতে মনত আনন্দ বৃদ্ধি   হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ন্যায প্ৰাপ্তি হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি সজাগ নহলে প্ৰৱঞ্চকৰ দ্বাৰা  ক্ষতি হোৱাৰ  যোগ  দেখা যায়।


মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যদিও শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে মনত সামান্য অহংকাৰ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  প্ৰিয় জনৰ আগমন হব, কৰ্মত সফল হব, যদিও সজাগ নহলে মনত সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, যদিও কৰ্মত সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages