আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 17, 2021

আজিৰ ৰাশিফল

 

শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                        ৩মাঘ , ৰবিবাৰ,ইং ১৭জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৬/৪০সূৰ্য্যাস্ত ঘ:৪/৫১/২১


ৰাশি - কুম্ভ ৰাশি। ৰা:ঘ:- ১/১৬/৫০ যোৱাত মীন ৰাশি।

তিথি - শুক্লা চতুৰ্থী ঘ:- ৮/৮/৪৮ লৈ.

নক্ষত্ৰ  - পূৰ্ব্বভাদ্ৰপদ। 

আদ্যঋতু হলে - দুৰ্ভগা যোগ।

যাত্ৰা :- নৈঋত কোনত নাই ।ঘ:- ৮/৮/৪৮ যোৱাত দক্ষিণ দিশত নাই।

যোগিনী :- নৈঋত কোনত  ।ঘ:- ৮/৮/৪৮ যোৱাত দক্ষিণ দিশত ।

মৰণত দোষ:- ত্ৰিপদ। 

ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ।: ঘ: ৮/৮/৪৮  যোৱাত বেল খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, সুখ বাঢ়িব, লগতে সাহিত্য সেৱাত যনোনিবেশ হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, মনৰ চিন্তা ধাৰা উন্নত হব, লগতে শত্ৰু ক্ষয় হোৱাৰ  যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত আনন্দ বাঢ়িব, সুখ বাঢ়িব, যদিও সজাগ নহলে সামান্য গৃহ অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, পিতৃ মাতৃৰ মৰম লাভ কৰিব , লগতে ধন আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত সফল হব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব, ভ্ৰমণত শুভ হব, যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ  যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত   শিল্পী সকলৰ শুভ হব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, যদিও সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, শিল্পী সকলৰ শুভ হব, লগতে কৰ্মত সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহলে গৃহ অশান্তি হব পাৰে, ছোৱালী সকলে মনত সামান্য কষ্ট পাৱ পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত গৃহ নিৰ্মাণ আৰু নতুন গৃহ লাভ কৰিব পাৰে, যদিও আজি কৰ্মত সজাগ নহলে মনোমালিন্য  হোৱাৰ যোগ   দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, প্ৰেমত শুভ,লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages