বীৰ হনুমানক আপুনি কি দৰে সন্তুস্ত কৰি ৰাখিব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 19, 2021

বীৰ হনুমানক আপুনি কি দৰে সন্তুস্ত কৰি ৰাখিব : Religious Studies

Religious Studies

ৰামভক্ত বীৰ হনুমানক বজৰংবলী নামেৰেও জনা যায়।বজৰংবলীক সন্তুস্ত কৰি ৰাখিব পাৰিলে শনিৰ প্ৰভাবৰ পৰা হাত সাৰি থাকিব পাৰি।( Religious Studies )

সপ্তাহটোৰ মংগলবাৰ আৰু শণিবাৰ এই দুটাদিনক বীৰ হনুমানৰ দিন হিচাপে মানি অহা হৈছে। সপ্তাহটোৰ এই দুদিনত বীৰ হনুমানৰ মন্দিৰত তেওঁৰ ভক্তসকল অধিক ভিৰ দেখিবলৈ পোৱা যায়।আপুনিও যদি বীৰ হনুমানক সন্তুস্ত কৰি ৰাখিব বিচাৰে তেন্তে তলত দিয়া নিয়ম সমূহ মানি চলক-


১/ বীৰ হনুমানক সন্তুস্ত কৰিব হলে জয় শ্রী ৰাম মন্ত্রৰ যাপ কৰিব লাগে। আমি সকলোৱে জানো যে বীৰ হনুমান প্ৰভূ শ্রী ৰামৰ প্ৰিয় ভক্ত আছিল।সেইবাবে বীৰ হনুমানক সন্তুস্ত কৰিবলৈ হলে

"জয় শ্রী ৰাম" মন্ত্রৰ যাপ প্ৰতিদিনে কৰিব লাগে আৰু তেতিয়া বীৰ হনুমানৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায়ে থাকিব।

২/মংগলবাৰ আৰু শণিবাৰে হনুমান চালিচা পাঠ কৰিব লাগে। 


৩/প্ৰতি মংগলবাৰে বীৰ হনুমানৰ ব্ৰত ৰাখিব লাগে আৰু আবেলি বুনিয়াৰ প্ৰসাদ দিব লাগে। ( Religious Studies )


৪/মংগলবাৰে বা শণিবাৰে কোনো বেয়া কাম কৰিব নালাগে,কাকো কষ্ট দিব নালাগে.ল আৰু কাকো আমনি কৰিব নালাগে।


৫/বীৰ হনুমানক মংগলবাৰৰ আবেলি ৰঙা গোলাপৰ মালা আগবঢ়াব লাগে।


৬/বীৰ হনুমানক সন্তুস্ত কৰিবলৈ হলে দৰিদ্ৰ সকলক সহায়তা কৰিব লাগে।সকলোৰে লগত সৎ ব্যৱহাৰ কৰিব লাগে আৰু পিতৃ-মাতৃক সদায়ে সন্মান কৰিব লাগে।


৭/মংগলবাৰৰ দিনা ৰঙা ৰংৰ কাপোৰ পৰিধান কৰিব লাগে,

 কাৰন বীৰ হনুমানৰ ৰঙা ৰং বৰ প্ৰিয়।


৮/বীৰ হনুমানক সেন্দুৰ দিব লাগে তেওঁ সেন্দুৰ লগাই বৰ ভাল পাইছি।সেইবাবে বীৰ হনুমানৰ পূজা কৰাৰ সময়ত তেওঁক সেন্দুৰ দিব লাগে।তেতিয়া বীৰ হনুমানৰ আপোনাৰ ওপৰত কৃপা থাকিব। 


৯/প্ৰতি মংগলবাৰে বীৰ হনুমানলৈ বনাৰসী পান আগ বঢ়াব।এনে কৰিলে বীৰ হনুমান আপোনাৰ ওপৰত প্ৰসন্ন থাকিব।


জয় শ্ৰী ৰাম…জয় হনুমান…


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages