শনিদেৱৰ কৃপা পাবলৈ পলন কৰক এই কেইটা নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 16, 2021

শনিদেৱৰ কৃপা পাবলৈ পলন কৰক এই কেইটা নিয়ম : Religious Studies

Religious Studies

শণিবাৰ হৈছে শণিদেৱতাৰ দিন  অৰ্থাৎশণিদেৱতাক পুঁজিবৰ দিন।মনা হয় যে,মনুষ্যৰ-সকলো ভাল-বেয়া কাৰ্য্যৰ ফল শণিদেৱেই দিয়ে।( Religious Studies )

আমি সকলোৱে জানো যে শণিদেৱৰ কাৰোবাৰ ওপৰত ক্ৰোধিত হলে সেই ব্যক্তিজনৰ বহুতো সমস্যাই দেখা দিয়ে,সেইবাবে সকলোৱে শণিদেৱতাক বৰ ভয় কৰে আৰু শণিদেৱতাক সুখী কৰিবলৈ নানান  উপায় বিচাৰে।


 ইফালে শণিদেৱ যাৰ ওপৰত অন্তৰৰপৰা সুখী হয় সেইজনে সকলো ক্ষেত্রতে সফলতা পায়।মনুষ্যৰ কুণ্ডলীত কিছুমান দুখ থাকে বাবে সফলতাত শণিদেৱতাই বাধা দিয়ে।এনে কিছুমান উপায় আছে,যিবোৰ  কৰিলে শণিদেৱতা সুখী হয় আৰু মনে বিচৰা ফল দিয়ে।এনে উপায় সমূহ শণিবাৰে কৰিব লাগে।


 গতিকে আহকচোন জানো সেই উপায় সমূহৰ বিষয়ে…


১/শণিবাৰে শণিদেৱৰ পূজা কৰিব লাগে আৰু শণিদেৱতাক নীলা ৰংৰ ফুল দিব লাগে।লগতে শণিদেৱৰ মন্ত্র-ঔমঃসাঃশণচৰায়েঃনমঃ ৰোদাক্ষ মালা-১০৮বাৰ জপ কৰিব লাগে।এনেকৈ প্ৰতি শণিবাৰে কৰিব লাগে।


২/পুৱা স্নান কৰি এটা বাটিত সৰিয়হৰ তেল লৈ তাতে নিজৰ প্ৰতিচ্ছবি চাব আৰু তাৰপাছত সেয়া তেল কোনো দৰিদ্ৰ লোকক দান দিব লাগে।এনে কৰিলে শণিদেৱতা সুখী হয় আৰু আপোনাৰ ভাগ্য সলনি হয় লগতে সফলতাত থকা বাধা আঁতৰি যায়।( Religious Studies )


৩/আপুনি বিচাৰে যদি ৰাতিপুৱা স্নান কৰাৰ পাচত আঁহত গছত পানী দিব লাগে আৰু পানী দি আঁহতজোপাৰ সাত বাৰ পৰিক্ৰমা কৰিব লাগে।মন্দিৰৰ ওচৰত থকা আঁহতৰ গছত চাকিও জ্বলাব লাগে।


৪/তামৰ লোটাত পানী লৈ তাতে কলা তিল দিব।পাচত সেয়া তিল শিবলিংগত দিব লাগে।এনে কৰিলে সকলো ৰোগৰপৰা মুক্তি পায় আৰু ভোলানাথৰ কৃপা পৰি।আৰ্থিক সমস্যা দূৰ হয়।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages