সূৰ্য্যোদয় ঘ:৬/১৬/৫০সূৰ্য্যাস্ত ঘ:৪/৪০/৫৩
ৰাশি - কুম্ভ ৰাশি।
তিথি - শুক্লা তৃতীয়া ঘ:- ৭/৪৫/৫৩লৈ.
নক্ষত্ৰ - শতভিষা ।:শে:ৰা: ঘ:- ৬/১০/৪৫ লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা :- অগ্নি কোনত নাই ।ঘ:- ৭/৪৫/৫২যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত ।ঘ:- ৭/৪৫/৫২যোৱাত নৈঋত কোনত।
মৰণত দোষ:- এপদ।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ।: ঘ: ৭/৪৫/৫২ যোৱাত মূলা খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব ,যদিও সজাগ নহলে সম্পদ হানি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, দ্ৰব্য লাভ হব পাৰে, লগতে কৰ্মত নতুনকৈ যোগাযোগ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, আত্মীয়ৰ আগমন হব, যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাত শুভ, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য চিন্তা আৰু দু:খ পোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে ভূল হব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি বিবাদৰ পৰা আতৰি থকাটো ভাল ।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, উত্তম ভোজন লাভ হব, লগতে ধন আৰু সন্মান প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ, ধন আগমন বাঢ়িব যদিও আজি চোৰৰ পৰা সাৱধান হব।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বস্ত্ৰ লাভৰ কৰিব পাৰে,কৰ্মত সুনাম বাঢ়িব,লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্কত শুভ হব ,কৰ্মত প্ৰসংশা লাভ হব,যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত পাৰিবাৰিক সুখ বাঢ়িব,যদিও কৰ্ৰত সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, যদিও শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment