চুগাৰ ৩৮০ হওঁক বা ৪৮০ হওঁক , তলৰ বিধানটো পালন কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত আনিব পাৰিব ।
মেথিগুটি 100 গ্ৰাম
জনিগুটি 50 গ্ৰাম
শুকান বেলপাত 30 গ্ৰাম
শুকান নিমপাত 20 গ্ৰাম
সকলো মিহলাই গুড়ি কৰি টেমাত ভৰাই থৈ ৰাতিপুৱা এক চামুচ এক গিলাচ গৰম পানীত নিয়মিত খাওঁক ।
সম্পূৰ্ণ নিয়ন্ত্ৰণত নহালৈকে খাওঁক । নিয়মিত খাই থাকিলেও অসুবিধা নাই ।দেহত পেচ মেকাৰ সংস্থাপন কৰা ৰোগীয়ে এই বিধান ব্যৱহাৰ নকৰিব।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment