মহিলা সকলৰ এই সমস্যাৰ ঘৰুৱা বিধান: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 2, 2021

মহিলা সকলৰ এই সমস্যাৰ ঘৰুৱা বিধান:

 


এবাৰ মাহেকীয়া হৈ বন্ধ হোৱা বা ঋতুমতী গাভৰু হোৱালৈকে নোহোৱা 


১. দুবৰিবন আৰু উখোৱা চাউল সমজোখে লৈ বটি গৰম গাখীৰৰ লগত মিহলাই খাব।   পাত-গাভৰু ছোৱালী ঋতুমতী হব ।


২ . বগা দুবৰিবন , আঢ়ৈ চাউল আৰু দলদাহী শাক বটি লৈ খালে  ছোৱালী ঋতুমতী হব ।


3. নুনিশাক বটি দুই তিনি দিন নাভিত ভৰণ দিলে ছোৱালোঁ অতি সোনকালে ঋতুমতী হয়। 


4. ছোৱালী আঠ বছৰ হোৱাৰ লগে লগে চূণ খোৱা অভ্যাস কৰাব । এটা চাউলৰ সমান চূণ দাইলৰ লগত মিহলাই সেই ডাল ভাতৰ লগত খাব দিব । এইদৰে বছৰি  দুই তিনি মাহ কৰিলে উচিত সময়ত ঋতুমতী হব ।।


5. শতমূল চূৰ্ণ এক চামুচ ঘিউ বা মৌৰ লগত তিনি চাৰি মাহ খালে ঋতুমতী হয় ছোৱালী । 


ওপৰৰ আটাইকেইটা বিধান ছোৱালীৰ এবাৰ ঋতুমতী হৈ বন্ধ হোৱা বা পাত-গাভৰু হোৱালৈকে ঋতুমতী নোহোৱা ৰোগৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ।


বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages