পঢ়ক আৰু শ্বেয়াৰ কৰি আনকো পঢ়োৱাওক,নিশ্চয় মংগল হব: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 24, 2020

পঢ়ক আৰু শ্বেয়াৰ কৰি আনকো পঢ়োৱাওক,নিশ্চয় মংগল হব:

 



জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি.. 

মহা মহাপাপীয়ো নিস্তৰে যাক স্মৰি.. 

  যাৰ লীলা বিভৱৰ নাহি পাৰাপাৰ... 

হেন কৃষ্ণপদে কৰো কোটি কোটি নমস্কাৰ.. 

গুৰুৰ চৰণে মন শিৰোগত কৰি.. 

  বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি.. 

ব্যাস আৰু বাল্মিকী প্ৰভৃতি কবিগণ.. 

  আদ্যগুৰু বন্দো পিতৃ-মাতৃৰ চৰণ... 

সৰস্বতী মাৱক কৰিয়া নমস্কাৰ..... 

  লক্ষ্মী দেৱীৰ চৰিত্ৰ পদ কৰিবো প্ৰচাৰ... 

ইসব কথাক আৱে কৰিবো বাখ্যান...


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰস্মিৰেখা চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages