আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 24, 2020

আজিৰ ৰাশিফল

    

 

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, যদিও কৰ্মত সজাগ নহলে সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায় ।



বৃষ

২. বৃষ ৰাশি -বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, যদিও শৰীৰত সামান্য এলাহ বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়‌।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, কৰ্মত উন্নতি হব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ  দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ সুখ বাঢ়িব, কৰ্মত আনৰ সহায় লাভ হব, যদিও কৰ্মত সজাগ হব।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনৰ পৰিৱৰ্তন হব পাৰে, লগতে সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। লগতে শুভ কৰ্মত চুক্তি বদ্ধ হোৱাৰ পৰা আজি আতৰি থাকক।


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সমস্যাৰ সমাধান হব, প্ৰেমত শুম হব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, উত্তম খাদ্য লাভ হব, যদিও সজাগ নহলে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত মনোনিবেশ হোৱাৰ সুযোগ লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে ভ্ৰমনত সামান্য কষ্ট হব পাৰে লগতে আজি কৰ্মত সজাগ নহলে জতিলতা সন্মুখীন হোৱাৰ যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সুখ লাভ কৰিব, কৰ্মত সুযোগ লাভ কৰিব যদিও সজাগ নহলে শৰীৰত  সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি-মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব লগতে কৰ্মত সফল হব যদিও সজাগ নহলে কৰ্ম স্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205


বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages