সঘনাই হৈ থকা টনছিল বা ১০ বছৰ ধৰি হৈ থকা টনছিল বা ডক্টৰে operation কৰিব দিয়া টনছিল ৩ দিনত ঠিক হব পৰাকৈ ঔষধ ।।
আধা চামুচ গুড়ি হালধী আৰু আধা কাপ কেঁচা হালধীৰ ৰস লাগিব
এতিয়া হাললধীৰ গুড়ি খিনি মুখ ভালকৈ খুলি ডিঙীত পৰাকৈ ঢালি দিয়ক গোটেইখিনি ।
সুই ললে সুবিধা হব । তাৰ পাছত হালধীৰ ৰস খিনি চামুচৰে অলপ অলপ ডিঙীত ভৰাই দি থাকিব । ১৫ মিনিটত যাতে শেষ হৈ যায় । এনেকৈ ৩ দিন কৰক ।
টনছিল আৰু কেতিয়াও নাহিব।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment