আপুনি জানেনে যে আপুনি খোৱা নিমখৰ বেছিভাগেই কেঞ্চাৰৰ কাৰক ।
শ শ বছৰ ধৰি সাগৰীয় জীৱৰ মৃত্যু হৈ সাগৰৰ পানীত মিহলি হৈ পচি যায় আৰু সেই পচি যোৱা জীৱ মিহলি হোৱাৰ পিছত পানীত ফেন উঠে ।
সেই ফেন সাগৰৰ পাৰত ধৰি লৈ তাক বিশেষ প্ৰকাৰে ৰাসায়নীক দ্ৰব্য মিহলাই লৈ নিমখৰ প্ৰস্তুত কৰে ।
গোটেই বিশ্বৰ বেয়া দ্ৰব্য বা সামগ্ৰী নদীৰে গৈ সাগৰৰ পানীত মিহলি হৈ যায় ।
গতিকে এনেকুৱা নিমখ খোৱাৰ বাবে একেবাৰে উপযোগী নহয় ।
প্ৰকৃতিয়ে দিয়া প্ৰকৃতিৰ অনবদ্য উপহাৰ চেন্ধা নিমখ বা কলা নিমখহে আমি খোৱাৰ বাবে উপযোগী।
সাগৰৰ নিমখে মানুহৰ শৰীৰত কেঞ্চাৰৰ উপৰিও আৰু বহুতো বেমাৰৰ সৃষ্টি কৰে ।
গাৰ বিষ , ছালৰ ৰোগ , হৃদ যন্ত্ৰৰ ৰোগ , উচ্চ ৰক্তচাপ , rheumatoid Arthritis , osteoporosis , thyroid আদিৰ দৰে বহুতো ডাঙৰ ৰোগ নিমখৰ বাবে হব পাৰে ।
গতিকে আজিয়েই আপোনাৰ ঘৰত থকা বহুজাতিক কোম্পানীৰ নিমখৰ পেকেট পেলাই দি শৈন্ধৱ নিমখ বা কলা নিমখ ব্যৱহাৰ কৰক ।
ইয়াৰ লাভ আপুনি 1 সপ্তাহতে দেখিবলৈ পাব। শৰীৰৰ বিষ কমিব , হজম শক্তি বঢ়াব , শৰীৰত শক্তি দিব আৰু বিভিন্ন লাভ এক সপ্তাহতে দেখা পাব ।
বহুজাতিক কোম্পানিবোৰে আজিকালি Iodin ৰ নামত মানুহক মূৰ্খ বনাই এই নিমখ বিক্ৰী কৰি আহিছে ।
আমাক দৈনিক যি পৰিমাণৰ iodin লাগে , সাগৰৰ এই নিমখৰ লগত কোম্পানিবোৰে বহুত বেছি পৰিমানে মিহলি কৰে বাবে আমাৰ শৰীৰত বহুতো ৰোগৰ উপসৰ্গই দেখা দিয়ে ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment