আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 16, 2020

আজিৰ ৰাশিফল:

 

 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                        ৩০ আঘোণ ,বুধবাৰ,ইং ১৬ডিচেম্বৰ ২০২০। 
সূৰ্য্যোদয় ঘ:৬/৮/১১সূৰ্য্যাস্ত ঘ:৪/৩০/৪১ 

ৰাশি -  ধনু ৰাশি।ৰা:ঘ:- ১/৪৮/৪৩ যোৱাত মকৰ ৰাশি।
তিথি - শুক্লা দ্বিতীয়া। স:ঘ:- ৪/৫৪/২১ লৈ।
নক্ষত্ৰ  - পূৰ্ব্বষাঢ়া ।ৰা:ঘ: ৮/৪/৪৮ লৈ।
আদ্যঋতু হলে - প্ৰতিহীনা যোগ।
যাত্ৰা :- উত্তৰ দিশত নাই । স:ঘ:৪/৫৪ /২১ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত  । স:ঘ:৪/৫৪ /২১ যোৱাত অগ্নি কোনত ।
মৰণত দোষ:- এপদ।স:ঘ:- ৪/৫৪/২১ যোৱাত নাই।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ । স:ঘ:- ৪/৫৪/২১ যোৱাত পটল খোৱা নিষেধ।

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হব, সুখ বাঢ়িব যদিও কৰ্ম স্থান পৰিৱৰ্তন  হোৱাৰ যোগ দেখা যায় ।  



বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  দাম্পত্য জীৱনত সুখ বাঢ়িব, সন্মান লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত সফল হব, যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট পোৱাৰ  যোগ দেখা যায়‌।

কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰাৰ সুযোগ লাভ কৰিব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।>

সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, শুভ সংবাদ লাভ হব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত জতিলতা বাঢ়িব পাৰে, লগতে সজাগ নহলে কৰ্মত বন্ধু বিচ্ছেদ হোৱাৰ যোগ দেখা যায়।


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সন্মানৰ সুখ লাভ হব, লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰাজহুৱা কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে দেহ মনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।

ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, চুটি ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও কৰ্মত সজাগ নহলে প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।

মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত মধ্যম, কৰ্মত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে লগতে লগতে শৰীৰত সামান্য এলাহ  ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  মনত আনন্দ কমিব, কৰ্মত গুৰুত্ব কমিব, লগতে মনত সামান্য উদ্বিগ্নতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম প্ৰেৰণা লাভ কৰিব, কৰ্মত শুভ হব, লগতে ধন আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205


বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages