আজি কনকলতা বৰুৱাৰ ওপজা দিন - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 22, 2020

আজি কনকলতা বৰুৱাৰ ওপজা দিন


 ১৯২৪ চনৰ আজিৰ দিনটোতেই দৰং জিলাৰ গহপুৰ মৌজাৰ বৰঙাবাৰীত মহান দেশ প্ৰেমিক তথা স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্ম হৈছিল!

     অসম আইৰ সুযোগ্য সন্তান, সাহসিকতাৰ প্ৰতীক বীৰ কনকলতা বৰুৱা বাইদেউৰ জন্ম দিনত আজি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো!

     হে মহান দেশ প্ৰেমিক অসম জীয়ৰী তুমি অনন্য, অতুলনীয়, তুমি ভাৰতীয় ত্ৰিৰংগা পতাকাৰ স্বাভিমান অক্ষুন্ন ৰাখিবলৈ আৰু মাতৃভূমিক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ বৃটিছবাহিনীৰ হাতত প্ৰাণ আহুতি দিলা, তোমাৰ বীৰংগনাক শত কোটি চালাম!

     হে ক্ৰান্তিকাৰী সৈনিক তুমি যতেই আছা শান্তিত থাকা, তাৰে পৰাই দেশ মাতৃৰ সন্তানক আশীৰ্বাদ দিয়া, যাতে দেশৰ হকে জীৱন দিব পৰা তোমাৰ নিচিনা লাখ লাখ  কনকলতাৰ জন্ম হয় এইখন অসমত।


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য জুলহাছ আলি আহমেদৰ গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages