সোমবাৰৰ ব্ৰত ৰাখিলে কি কি সুফল পোৱা যায় : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 28, 2020

demo-image

সোমবাৰৰ ব্ৰত ৰাখিলে কি কি সুফল পোৱা যায় : Religious Studies

 

PhotoGrid_1609124759889

১/সোমবাৰৰ দিনা যি ব্ৰট ৰখা হয়.. 

সেয়া-মহাদেৱ শিৱক অৰ্পণ কৰা হয়৷.. ( Religious Studies ) 


২/ভগৱান শিৱ জ্ঞানৰ লৌকিক হয়.. আৰু

মহাদেৱেই ব্ৰহ্মাণ্ডৰ সকলো বেয়া কাৰ্য্য নাশ কৰে.. 


৩/সোমবাৰৰ দিনা মহাদেৱৰ উপাসনা কৰিলে-

মহাদেৱ প্ৰসন্ন হয় আৰু মনোবাঞ্চিত বৰ্দান দিয়ে.। 


৪/নতুন ঘৰত প্ৰৱেশ তথা.., 

বিবাহ সম্বন্ধিয় কথা-তথা-খেলৰ লগত জড়িত কামৰ বাবে-সোমবাৰৰ দিনটো সকলোতকে-উপযুক্ত দিন মনা যায়..। 


৫/সোমবাৰৰ ব্ৰট তথা-উপাসনা-

সূৰ্য্য উদয়হোৱাৰপৰা-সূৰ্য্য অস্ত্র যোৱালৈকে

 ৰখা হয়.. 


৬/ভক্তসকলে সোমবাৰৰ দিনটো.. 

মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ পূজা-অৰ্চনা কৰিবলৈ ভাল পায়.. 


৭/শাওণ মাহত সোমবাৰৰ দিনটো ব্ৰট ৰাখিলে

শুভ বুলি মনা যায়..। 


৮/সোমবাৰে ব্ৰট ৰাখিলে এনেদৰে মনা হয় যে-

সোমবাৰে ব্ৰট ৰখাজনৰ সকলো-ইচ্ছা পূৰ্ণ হয়.. 

  আৰু সৎবুদ্ধিৰ প্ৰাপ্তি হয়... ( Religious Studies ) 


woman-596415_640
৯/অবিবাহিতসকলে সোমবাৰে ব্ৰট ৰাখিলে-

আদৰ্শ বৰ পাবলৈ-সোমবাৰৰ বৰ প্ৰসিদ্ধ... 


১০/সোমবাৰৰ ব্ৰট'ৰ লগত-জড়িত বহুতো কাহিনী প্ৰসিদ্ধ আছে.... তাৰে ভিতৰত এটা... 


 এসময়ত এজন দুখীয়া ব্ৰাহ্মণ আছিল.. 

সেই দুখীয়া ব্ৰাহ্মণজনে সকলো নিয়ম-নীতিৰে

  সোমবাৰৰ ব্ৰট পালন কৰি-মহাদেৱক সন্তষ্ট কৰি

অসীম ধনৰ অধিকাৰী হল.. 


 এনেদৰে সোমবাৰৰ ব্ৰট পালন কৰিলে.. 

মহাদেৱৰ কৃপা দৃষ্টি সকলোৰে ওপৰত থাকিব.. 


ঔঁ নমঃ শিৱায়.......


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com



PhotoGrid_1609034312524

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages