এই সংকেত সমূহৰ প্ৰতিকাৰৰ নিয়ম আজিয়েই জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 19, 2020

এই সংকেত সমূহৰ প্ৰতিকাৰৰ নিয়ম আজিয়েই জানি লওক : Religious Studies

Religious Studies


 মনুষ্যক কৰ্মৰ ফল প্ৰদান কৰাৰ কাৰ্য্য সম্পাদন কৰে সূৰ্যপুত্ৰ শনিদেৱে।অত্যন্ত কঠুৰ ভাবে শনিদৱে ফল প্ৰদান কৰে আৰু এই ফল প্ৰদান কৰাৰ পূৰ্বে শনিদেৱে আপোনৰ জীৱনত দিয়ে কিছু সংকেত,কিন্তু জ্ঞানৰ অভাৱতহে এনে সংকেত সমূহ সকলোৱে বুজিব নোৱাৰে।আজি আমি আপোনালোকক এনে সংকেত সমূহৰ বিষয়ে কিছু অৱগত কৰিম।( Religious Studies ) 


শনিদেৱৰ বিষয়ে আমাৰ সমাজত কিছু ভুল ধাৰনা আছে,সকলোৱে ভাবে যে শনিদেৱে কেৱল কষ্টহে দিয়ে, কিন্তু এইটো সঁচা নহয়।
শনিদেৱে আপোনাক কৰ্মৰ ফলহে প্ৰদান কৰে,যিসকলে সুকৰ্ম কৰিছে তেওঁলোকক অতি উদাৰতাৰে পৰস্কৃত আৰু যিসকলে অপকৰ্ম কৰিছে তেওঁলোক অতি কঠুৰ ভাবে দণ্ড দিব শনিদেৱে।

এতিয়া জানো শনিদেৱে আপোনাক কেনেধৰনৰ আগতীয়া সংকেত প্ৰদান কৰে-

যদি জোতা-চেণ্ডেল প্ৰায়ে চুৰি হৈ থাকে

মনুষ্যৰ শৰীৰত শনিদেৱৰ স্থান ভৰিত থাকে,যদি আপোনাৰ জোতা-চেণ্ডেল প্ৰায়ে চুৰি হয় অথবা হঠাৎ চিঙী যায় তেন্তে জানিব লাগিব যে আপোনাৰ শনিৰ দশা বেয়া হবলৈ উলাইছে।অৰ্থাৎ ইয়াৰ দ্বাৰা অতি ভয়ঙ্কৰ ভাবে আপোনাৰ ধন-সম্পত্তি হানি হোৱাৰ সংকেত দিছে শনিদেৱে।

যেতিয়া শনিৰ দশা বৃদ্ধি পাই তেতিয়া শনিদেৱক শান্তিৰ বাবে কিছু নিয়ম নিশ্চয় কৰিব লাগে।ইয়াৰ দ্বাৰা সম্পূৰ্ণৰূপে আপোনাৰ সমস্যাৰ সমাধান নহয় যদিও বহু পৰিমানে সকাহ পোৱা যায়।( Religious Studies ) 

শিনবাৰৰ দিনটোত এটা সৰু পাত্ৰত (বাতি) তেল লওক আৰু তাত নিজৰ চেহেৰাটো চাবলৈ যত্ন কৰক আৰু ইয়াৰ পিছত সেই সমূহ কোনো দৰিদ্ৰ লোকক দান কৰি দিয়ক,ইয়াৰ দ্বাৰা শনিৰ প্ৰকোপ বহু পৰিমানে কমিব।

শনিবাৰে কোনো শনি মন্দিৰ যাওক আৰু শনিদেৱলৈ সৰিয়হৰ তেল আগ বঢ়াওক, ইয়াৰ দ্বাৰাও আপুনি বহু পৰিমানে সকাহ পাব।শনিবাৰে আমিষ আহাৰ গ্ৰহণ নকৰিব,মিছা কথা নকব আৰু শনিবাৰৰ দিনটোত কোন পশু বা জন্তুক আঘাত নদিব বিশেষকৈ কুকুৰক।

উক্ত নিয়মসমূহ শুদ্ধ অন্তৰেৰে পালন কৰক,শনিদেৱে নিশ্চয় আপোনাৰ মংগল কৰিব…জয় শ্ৰী শনিদেৱ

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages