আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 19, 2020

আজিৰ ৰাশিফল:

 


 

মেষ
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সঞ্চিত ধন ক্ষয় হোৱাৰ যোগ দেখা যায়।



বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সক আজি দিনটোত পদমৰ্য্যদা বাঢ়িব যদিও সজাগ নহলে ধন আৰু সন্মান ক্ষতি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম  পৰিৱৰ্তন হব পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে সামান্য অৰ্থ আগমন হ্ৰাস হোৱাৰ যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, দাম্পত্য জীৱনত সুখ বাঢ়িব, লগতে প্ৰেমত সহায় লাভ  হোৱাৰ যোগ দেখা যায়।



সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক সন্মান লাভ হব, জেষ্ঠ্য জনৰ পৰা মৰম আশীৰ্বাদ লাভ হব,  যদিও কৰ্মত সজাগ নহলে সম্পদ হানি হোৱাৰ যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত  সামান্য জতিলতা বাঢ়িব পাৰে, লগতে সজাগ নহলে ক্ষতি হব পাৰে, যদিও ব্যৱসায় দিশত শুভ হোৱাৰ যোগ দেখা যায়।


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত পদমৰ্য্যদা লাভ হব, গৃহ আনন্দ বাঢ়িব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন আৰু সন্মান লাভ হব, দাম্পত্য জীৱনত সুখ বৃদ্ধি হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিক সকলৰ আজিৰ দিনটোত ক্ৰীড়াৰ ক্ষেত্ৰত শুভ, যদিও কৰ্মত যশস্যা বাঢ়িব পাৰে যদিও সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।


মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ কৰিব, জ্ঞান লাভ হব, লগতে মনত সামান্য চঞ্চলতা বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়‌।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বিৰোধ হব পাৰে ,মনত সামান্য উদ্বেগ ভাৱ বাঢ়িব পাৰে, লগতে আজি চোৰৰ পৰা সজাগ হব।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  কৰ্মত প্ৰাপ্তি হব যদিও সামান্য চিন্তা বাঢ়িব পাৰে, লগতে বস্ত্ৰ লাভ  হোৱাৰ যোগ দেখা যায় ।  

No comments:

Post a Comment

Advertisement

Pages