অসমৰ যোৰহাট নগৰৰ পৰা.., প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত।।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫কিঃমিঃ
দূৰৰ ঢেকীয়াখোৱা গাঁওত অৱস্থিত।।
ভাদ মাহৰ অখণ্ড নাম-কীৰ্তনৰ বাবে...
নাম ঘৰলৈ অগণন ভক্তৰ ভীৰ হোৱা দেখা যায়।।
জনশ্রুতি অনুসৰি-১৫২৮চনত মহাপুৰুষ
মাধৱদেৱে.. ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল।।
মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল।। যি গছি বন্তি-সুৰ্দীঘ চাৰে চাৰিশ বছৰ
ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে।।
এই বন্তি গছা এছিয়া বুক অফ ৰেকৰ্ডছ আৰু
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ .. দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি-স্বীকৃতি প্ৰদান কৰিছে।
ঢেকীয়াখোৱা বৰ নামঘৰৰ মুঠ মাটিকালি ১৩ বিঘা।।
ভাদ মাহত ঢেকীয়াখোৱা বৰ নামঘৰ
মৈৰ্ত্যৰ বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈ বুলি লোকবিশ্বাস আছে।। ভক্তসকলে নিজৰ মতে দান-বৰঙনী আগবঢ়াই আৰু পৰিচালনা সমিতিয়ে ইয়াক..
সামাজিক ৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে.. (কথাখিনি সংগ্রহিত) ।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰস্মিৰেখা চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment