মাহেকীয়া তিথিৰ দিনটোতে উন্মোচন হল তৰুণ গগৈৰ প্ৰতিমূৰ্তি - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 26, 2020

মাহেকীয়া তিথিৰ দিনটোতে উন্মোচন হল তৰুণ গগৈৰ প্ৰতিমূৰ্তি

 


অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আজি মাহেকীয়া তিথিৰ দিনটোত বোকাখাতট তেখেতৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ১৫ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটোৰ উন্মোচন কৰে তৰুণ গগৈৰ একমাত্ৰ পুত্ৰ তথা কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বোকাখাত ব্লক কংগ্ৰেছ কমিটিয়ে ভাগৱত পাঠৰো আয়োজন কৰিছিল।

উল্লেখ্য যে বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰা হল প্ৰয়াত তৰুণ গগৈৰ প্ৰতিমূৰ্তিটো।

No comments:

Post a Comment

Advertisement

Pages