মানসিক শান্তি,সুখ তথা বুদ্ধি প্ৰাপ্তিাৰ বাবে নিতৌ পঢ়ক গায়ত্ৰী মন্ত্ৰ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 27, 2020

মানসিক শান্তি,সুখ তথা বুদ্ধি প্ৰাপ্তিাৰ বাবে নিতৌ পঢ়ক গায়ত্ৰী মন্ত্ৰ

 


 হিন্দু ধৰ্মত গায়ত্রী মন্ত্ৰক সকলো মন্ত্ৰ'তকৈ

 শ্ৰেষ্ঠ আৰু প্ৰসিদ্ধ মন্ত্ৰ বুলি মানি অহা হৈছে.. 


গায়ত্ৰী মন্ত্ৰ কেৱল পূজাৰ সাধনেই নহয়.. 

বৰঞ্চ ই চয়ং-আৰাধনাৰো মাধ্যমে..।।। 


 এই সংসাৰত একমাত্র সূৰ্য্য দেৱতাকেই দেখা পোৱা-দেৱতা বুলি কোৱা হয়... 

সূৰ্য্যদেৱতাৰ মহত্ব দৰ্শোৱা গায়ত্রী মন্ত্ৰ ফাঁকি হল-


 ওঁ ভূভৰ্ৱ স্বঃ তৎসৱিতুবৰেণ্যং

ভৰ্গো দেৱস্য ধীমহি... 

ধিয়ো য়োজন না প্ৰচোদয়াং... 


 (যাৰ অৰ্থ হৈছে-) 


ওঁ-প্ৰণৱ

ভূৰ= মনুষ্যৰ প্ৰাণ প্ৰদান কৰোতা.. 

স্বঃ-সুখ প্ৰদান কৰোতা.. 

তৎ-তেওঁ.... 

সৱিতুৰ=সূৰ্যৰ সমান উজ্জ্বল... 

বৰেণ্যং-/সকলোতকৈ উত্তম.. 

ভৰ্গো=কৰ্মৰ উদ্ধাৰ কৰোতা...... 

দেৱস্য-প্ৰভূ.. 

ধীমহি=আত্ম চিন্তনৰ যোগ্য. (ধ্যান) 

ধিয়ো-বৃদ্ধি.. 

য়ো=যি

নং-আমাৰ-মোৰ... 

প্ৰচোদয়াত=আমাক /মোক শক্তি দিয়া.. (প্ৰাৰ্থনা) 


 হে প্ৰাণস্বৰূপ দুঃখনাশক সুখস্বৰূপ শ্ৰেষ্ঠ

তেজস্বী-পাপনাশক.., দেৱস্বৰূপ পৰমাত্মক আমি

  অন্তঃকৰণত ধাৰণ কৰো..। 

সেই পৰমাত্মাই আমাৰ বুদ্ধিক সৎ মাৰ্গত প্ৰেৰিত কৰক..।


 এনেয়েতো যিকোনো সময়তে এই গায়ত্রী মন্ত্ৰ জপ কৰিব লাগে... 


তথাপিও-পুৱা সূৰ্যোদয়ৰ সময়ত... 

দুপৰীয়া আৰু সূৰ্যাস্তৰ সময়ত এই... মন্ত্ৰৰ জপ কৰাত বেছি সুফল পোৱা যায়...!!! 


 গায়ত্ৰী মন্ত্ৰ নিয়মীয়া জপ কৰোঁতাই-

মানসিক শান্তি-দেহত শক্তি-সুখৰ প্ৰাপ্তি-

  ইন্দ্ৰিয়ৰ সুস্হতা-খং দমন আৰু তীক্ষ্ণ বুদ্ধিৰ

গৰাকী হব পাৰে...(কথাখিনি সংগ্ৰহিত)


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages