1 . যদি আপুনি ছালৰ সমস্যাত ভুগি আছে আৰু আপোনাৰ ছালৰ বৰণ আৰু উজ্জলতা নাইকিয়া হৈ গৈছে , তেন্তে নিয়মিত গৰম পানী খোৱা অভ্যাস কৰক ।। ছালৰ উজ্জলতা বৃদ্ধি পাব আৰু খৰ খজুৱতি আদিৰ নিচিনা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব ।
2. মাহিলাসকলৰ মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষত এক গিলাচ গৰম পানীত এক চামুচ ঘিউ মিহলাই লৈ খালে বিষ কমে ।
3 . হাত ভৰি জিন জিন কৰি থাকিলেও গৰম পানী খালে উপশম পোৱা যায় ।
4. শৰীৰৰ যিকোনো ঠাইত হোৱা বিষত যদি এক গিলাচ গৰম পানী খায় , তেন্তে বিষৰ পৰা উপশম পায়।
5. নিয়মিত গৰম পানী খোৱা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা কমি থাকে ।
6 . Blockage থকা ৰোগীয়ে ৰাতি নিয়মিত এক গিলাচ গৰম পানী খাই শুলে heart attack হোৱাৰ সম্ভাৱনা কমি থাকে ।।
9. নিয়মিত গৰম পানী খালে শৰীৰৰ ওজন বৃদ্ধি হব নাপায় আৰু অলাগতিয়াল fat কমি যায় ।
10. ওজন কমাবৰ বাবে নিয়মিত গৰম পানী খাওক ।
11 . ৰাতিপুৱা শুই উঠি গৰম পানী খালে কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পায় আৰু নিয়মিত পেট চাফা হৈ থাকে ।।
12 . ভাত খোৱাৰ এক ঘণ্টা আগতে এক গিলাচ গৰম পানী আৰু খোৱাৰ এক ঘণ্টা পিছত এক গিলাচ গৰম পানী নিয়মিত খালে পাঁচনতন্ত্ৰ শক্তিশালী হয় ।।
13 . গৰম পানিয়ে শৰীৰৰ তেজ চলাচল ঠিক ৰাখে আৰু ঘামৰ মাধ্যমেৰে বেয়া বস্তু বিলাক সহজতে উলিয়াই দিব পাৰে ।
14. খালি পেটত ৰাতিপুৱা গৰম পানী খালে মূত্ৰ সম্বন্ধীয় ৰোগৰ পৰা উপশম পায় আৰু পেচাব ভালকৈ হয় ।
15 . যদি গেছৰ বাবে গাৰ বিষ হয় , তেন্তে এক গিলাচ গৰম পানী খালে বিষ কমি যায় ।।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment